.@narendramodi ডাঙৰীয়াৰ শান্তিপূৰ্ণ আৰু সমৃদ্ধ অসমৰ সংকল্পত @assampolice য়ে গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে, যি সমগ্ৰ দেশে প্ৰত্যক্ষ কৰিছে।
— Amit Shah (@AmitShah) May 10, 2022
মই নিশ্চিত যে অসম আৰক্ষীয়ে নিষ্ঠাৰে ৰাজ্যৰ নিৰাপত্তা আৰু জনতাৰ সেৱা অব্যাহত ৰাখিব। অসম আৰক্ষীৰ সকলো সদস্যক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। pic.twitter.com/yazwX12OPT